১0 টা অসমীয়া প্ৰেমৰ দুখ Status । assamese status । assamese whatsapp status । assamese sad love status। Part 1

0 টা অসমীয়া প্ৰেমৰ দুখ লগা  Status| Assamese Sad Love Status| assamese status । assamese whatsapp status । assamese sad love status। Part 1

    ষ্টেটাছ...

(Status)

এনেকুৱা এটা শব্দ যত আমাৰ অনুভৱ, সপোন সকলোবোৰ লগ হৈ সৃষ্টি হয় এখন মঞ্চৰ। আমি প্ৰত্যেকে জীৱনত প্ৰায় প্ৰতিটো মূহুৰ্ততে বিচাৰো এক জীপাল পৰিস্থিতিৰ। আৰু সেই পৰিস্থিতৰ কুলাতেই জন্ম পায় এই Status বোলা শব্দটোৱে। কাৰণ আমাৰ ভাল লাগে। যাৰ বাবে আমাৰ আগুৱাই যোৱাত সহায় হয়। দুখবোৰ প্ৰকাশ কৰাত সুবিধা হয়। মনোৰঞ্জনৰ বাবে আমি প্ৰত্যেকেই জীৱনত এবাৰ হলেও Status ৰ কাষ চাপো। প্ৰত্যেকজন মানুহৰ জীৱনত Status শব্দটো জড়িত হৈ আছে। আপুনি, মই, আমিবোৰ... সকলোৱে ইয়াৰ সোৱাদ লৈছো। ১0 টা অসমীয়া প্ৰেমৰ দুখ লগা  Status| Assamese Sad Love Status. আচলতে আমি এই কথাখিনিৰ জৰিয়তে আপোনালোকক আমাৰ সকলোৰে মনৰ ভাৱবিলাকহে প্ৰকাশ কৰিছো মাত্ৰ মনোৰঞ্জনৰ বাবেহে। আপোনালোকক ব্যক্তিগতভাৱে আঘাত কৰাৰ মানসিকতা আমাৰ নাই। আমি আপোনালোকৰ বাবে আজি ১০ টা তেনেধৰণৰ কথাই লিখিছো যিবোৰ কথা আমি ভাবো তেনে এক পৰিস্থিতত... গতিকে আশা কৰিলোঁ.. আপোনালোকে পঢ়ি ভাল পাব....।

www.axomiyakobita.in
Assamese Sad Love Status

আপোনালোকে এই Status বোৰ WhatsApp , SMS , Facebook, Instagram ইত্যাদিত Share কৰিব পাৰিব,  লগতে Assamese Status Photo বোৰো Download কৰিব পাৰিব।


        হেৰুৱাবলৈ একোৱেই নাই... কিন্তু হেৰাবলৈ বহুত ৰাস্তাই আছে



                               এদিন মইও যদি,

 তোমাৰ দৰে 

বেলেগক সলনি কৰি ল’ব পাৰিলোঁহেতেন

.....................



                মইটো এতিয়া গোটেই জীৱন অকলশৰে থাকিব বিছাৰো




মোৰো মন যায়......

 সুৰুজৰ প্ৰভাতি কিৰণত... 

তোমাৰ দুবাহুৰ মাজত,

 জীৱনৰ মধুৰ সপোন ৰচিবলৈ

.................



                                    এদিন........

 তুমিওটো হেৰাই যাবা



অকলশৰীয়া.... 

মানুহে কয় মই বুলে অকলশৰীয়া... 

হা হা হা... 

বহুত হাস্যকৰ... 

আৰে অ’ বন্ধু থকা লগৰীয়া... 

চাৰা... দুনিয়াই মাজৰাতি চুপ হৈ থাকে... 

কিন্তু মোৰ লগত... মাতাল প্ৰেমৰ সংগই 

এই মাজৰাতিও পথৰ দাঁতিত কথা পাতিব বিছাৰে...





মইটো একো নজনাকৈয়ে তোমাক এদিন হেৰুৱাই পেলালোঁ



সপোনবোৰ নেদেখিলে যে 

তোমাক পুনৰ লগ পোৱাৰ 

একো সুবিধাই নাই..



            আজি বহুত দিনেই হ’ল তোমাক পাহৰিব নোৱাৰা



কুশলে থাকিবা... 


তোমাৰ ফুলশয্যাৰ সেই বিছনাখন....

 মোৰ চিতাৰ জুইকুৰা হোৱাৰ আগতেই 

মই তোমাক পাহৰি যাব লাগিব অ’.... 

মোৰ বাবে বৰ কষ্টকৰ...



আপোনালোকে নিশ্চয় ওপৰৰ Assamese Sad Love Status বোৰ পঢ়ি ভাল পালে। কাৰণ আমি আশা কৰিব পাৰোঁ, সেইবাবে মনতে ধাৰণা কৰিছোঁ যে নিশ্চয় ভাল পাব পাৰে। এইটো এটা তেনেই সাধাৰণ কথা। কিন্তু যদি আপোনালোকে এই Assamese Sad Love Status বোৰ

whatsapp, fb ত Share কৰে, তেন্তে আমি নথৈ

 আনন্দিত হ’ম। তাৰ বাবে আমি আশাৰে বাট চাম।

 কাৰণ আপোনালোকে আমাক সহায় নকৰিলে

 আৰুনো আছে কোন আমাৰ? হয়নে? গতিকে

 সাহায়ৰ যেন ক্ৰুতি নকৰে।

আমাৰ অন্য Social Mediaৰ Link আপোনালোকে

 তলতেই পাইছে, গতিকে কি কৰিব লাগে... পুনৰ

 নকও আৰু... কৰি দিয়ক দেই...


 FACEBOOK

 TWITTER

INSTAGRAM


ধন্যবাদ ।

১0 টা অসমীয়া প্ৰেমৰ দুখ Status । assamese status । assamese whatsapp status । assamese sad love status। Part 1 ১0 টা অসমীয়া প্ৰেমৰ দুখ Status । assamese status । assamese whatsapp status । assamese sad love status। Part 1 Reviewed by কবিতা মেজ on March 06, 2022 Rating: 5

No comments:

Powered by Blogger.