অসমীয়া কবিতা
নমস্কাৰ,
কবিতাৰ মাজলৈ স্বাগতম জনালোঁ।
আপোনালোক সকলোকে অসমীয়া কবিতা Web Pageলৈ
স্বাগতম জনাইছোঁ। আমি জানো আপোনালোকে কবিতা পঢ়ি ভাল পায়, সেইবাবে আমি আপোনালোকৰ
বাবে লৈ আহিছো “অসমীয়া কবিতা” নামৰ এক Web Page, য’ত আপোনালোকে পঢ়িবলৈ পাব অসমীয়া ন-পুৰণি বহুতো লিখকৰ আপোৰুগীয়া
কবিতাসমূহ। আমাৰ সংকল্প আৰু দায়িত্ব এয়ে যে আমি অসমীয়া কাব্য সাহিত্যক জীয়াই ৰাখিব
বিচাৰিছো, আৰু এই সংকল্প আগত ৰাখিয়ে আমি আগবাঢ়িছো। গতিকে আমি আশা কৰোঁ আমাৰ এই
সংকল্পৰ যাত্ৰাপথত আপোনালোকেও অংশগ্ৰহণ কৰক।
আমাৰ বিষয়ে যদি আপোনালোকে অধিক জানিব বিচাৰিছে তেন্তে
আমালৈ এটা ই-মেইল কৰক
ধন্যবাদ।
অসমীয়া কবিতা
Reviewed by কবিতা মেজ
on
August 08, 2021
Rating:

No comments: