অসীমত যাৰ হেৰাল সীমা | Asimat Jar Heral Seema| কাঞ্চন বৰুৱা Assamese Novel Story ৰ ভাল লগা কিছু কথা
Asimat Jar Heral Seema (Assamese: অসীমত যাৰ হেৰাল সীমা; literally: Who lost Their Limit in
Infinity) is an Assamese Novel written by Bhubanmohan Baruah under the Pen name
of Kanchan Baruah. The first edition of this book was released on 15 July 1945.
The novel is one of the literary gems of the Assamese language which continues to
rule the heart of lakhs of people.
Plot
The novel starts with the narrator, a clerk dreaming of a perfect married life with
kids, who suddenly gets sucked into a black hole. He wakes up startled to
realize that he is supposed to go on an expedition that very day with his four
friends - a professor, a doctor, a poet, and a clerk, much like the narrator
himself. The five friends want to leave the humdrum of their routine life for a
month and embark on a boat journey along the river Dihing in the hopes of
coming across an unexplored land. After moving upstream on their boat for 15 days they unexpectedly come across a tribe of aboriginals in
the dense jungles. After feasting and spending the night with the tribe, the
next morning they face the revolt of their boatman and navigators who believe
any journey further upstream will bring doom upon them all as the place is
cursed. But the stubborn friends decide to continue the journey on their own.
As they travel further, they are astounded by the breathtaking scenery at
first, but as the night falls they are stuck in a violent rainstorm that takes
them off course. Once the storm subsides they realize that their Professor
friend is disoriented and sick and seems to be zoning in and out of his
memories of his homeland from his previous birth, 1300
years ago. This is where the main story starts. It is a story of love, life,
friendship, patriotism, and valor.
Kamalnagar
is one of the provinces of the main state, referred to as the Capital. It is a
small picturesque area on the outskirts of the Capital, surrounded by hills.
The river Kanchanmati divides into two equal parts from east to west.
Kamalnagar is 10 miles in length and not more than 8 miles in breadth, with a population of 25,000. There
is a big concrete bridge over the Kanchanmati known as the "White
Bridge" which connects the two banks. The Chieftain is the only link of
Kamalnagar to the Capital. Once a year he visits the Capital to pay the taxes
and update on the important issues. He stays at the "Red Castle"
which is his official residence.
Chandan
has just returned from the Capital after staying there for years as a student.
He first visits his mother at Bokulpur, which is separated from Kamalnagar by a
small stream. She has been staying there with her aides ever since Chandan's
father, the ex-chieftain of Kamalnagar, died while Chandan was still a small
kid. He then rushes off to Kamalnagar with Ashok to watch the annual
bullfighting event on the occasion of Bihu. Gauri is also there to watch the
fight with her friends. Gauri is the only daughter of Lakshminarayan and he has
raised her like a princess. Her mother died during childbirth and she looks up
to Uma as a mother figure. One of the bulls runs loose and Chandan saves Gauri
from being ambushed by it. However, they start off on a wrong note as Gauri is
annoyed that Chandan made fun of her while saving her. Actually, both of them
fell in love with each other but both were too proud to admit it. Chandan’s
friend Uma tried to bring Chandan and Gauri together. But Chandan became
reluctant to marry Gauri without taming her first. Champa was a young girl who
was brought up by Chandan’s mother. Champa was Chandan’s childhood sweetheart
and they grew up together. Chandan considers Champa as a sister. But, Champa
nursed a sincere infatuation for Chandan. She considers it as her guilt. She
hides her love for Chandan with a mysterious smile, fickleness, and jolly
behavior. Chandan often gets confused by Champa’s words and gives a futile
attempt to decode them. The love of Chandan and Gauri never gets time to bloom.
Their beautiful life, which they wasted in sweet and sour and often massive
fights, abruptly faces the most dreaded consequence as a large army approaches
to attack Kamalnagar. Lakshminarayan, the mayor, Ashok, the second office
bearer, and Chandan are initially unnerved as Kamalnagar had not fought a war
in centuries. But Champa comes up with an elaborate strategy for the war. The plan
works in the beginning. The people of Kamalnagar put up a brave fight without
sufficient resources. But finally, the enemy outnumbered Kamalnagar’s army and
entered the city. They loot, rape, and burn the houses down without any
mercy. Champa and her friend, in order to save their lives, drop a roof of a
temple on a troop of enemy soldiers. Ashok blows up the bridge to prevent the enemy
from entering the Northern side of the city. Meanwhile, the enemy chief captures
Gauri and her palace. They set their camp in that palace. Chandan manages to
rescue Gauri by blasting the entire palace with gunpowder. The blast takes the
life of the enemy chief and hundreds of enemies. Chandan and Gauri struggle
further to reach a safe place during the night. In the process, Chandan is
injured by an enemy arrow. They end up sailing on the river on a boat.
Meanwhile, the death of the enemy chief frightens and demotivates the other
enemies. Champa takes that advantage and starts to fire cannon over them. She
manages to drive the enemy out of Kamalnagar. But finally, one last enemy arrow
pierces her chest. Ashok manages to rescue and bring wounded Champa home. Gauri
shows her patience and courage to safely bring Chandan back home. Chandan is
deeply saddened to find Champa on her death bed. Champa cryptically declares
her love for Chandan before taking her last breath in his arms. Chandan and
Gauri hope to rebuild devastated Kamalnagar anew. But they fail and the city
slowly wastes away over time. Professor’s eyes fill with tears as he concludes
his narrative. Friends’ hearts fill with innate human emotions as they repair
the boat and sail back home. The narrator realizes that a perfect life is only
possible in dreams but not in reality.
Characters
Chandan
- Main Protagonist. Professor in the present birth. Son of the ex-chieftain of
Kamalnagar.
Champa
- An orphan, she is the childhood friend of Chandan and the most beautiful girl
in the whole of Kamalnagar. Her love for Chandan is unrequited.
Gauri
- Female protagonist. Beauty personified. She is the only daughter of
Lakshminarayan. She and Chandan share a love-hate relationship at first.
Ashok
- Chandan's best friend. Second in command to Lakshminarayan. Married to Uma,
has 2 kids.
Uma
- Ashok's wife, mother of his 2 kids. She is a warm lady
who is loved by all. Plays the role of mediator between Chandan and Gauri.
Lakshminarayan
- The chieftain of Kamalnagar. Father of Gauri. A widower.
Rama
- The maid of Ashok's household.
The barbaric invaders.)
কাহিনীৰ সাৰাংশ
এটা সপোনক আধাৰ কৰি “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে। উপন্যাসখনৰ আৰম্ভণিতে কাহিনীকাৰৰ নিজাকৈ এটা সৰু সপোন। আধৰুৱা সপোনটোৱে পূৰ্ণতা পোৱাৰ আগতেই তাত কাহিনীকাৰৰ বাস্তৱ জীৱনৰ চাৰি বন্ধুৱে দখল দিয়ে।( বন্ধুবৰ্গৰ এজন প্ৰফেছৰ, এজন কবি, এজন ডাক্তৰ আৰু আনজন কাহিনীকাৰৰ দৰেই কেৰাণী)। উদ্দেশ্য পাঁচ বন্ধুৱে লগ হৈ এক অভিনৱ অৱসৰ বিনোদন উপভোগ কৰা। জনসমাগম এৰি দিহিঙৰ বুকুৱেদি নাৱেৰে উজাই গৈ কোনোবা অজান মুলুকলৈ ঢাপলি মেলাৰ প্ৰয়াস। প্ৰায় এমাহজোৰা এই আয়োজন। নাৱেৰে উজাই গৈ পোন্ধৰ দিন পাৰ হোৱাৰ পাছত তেওঁলোকে জনপ্ৰাণীহীন অটব্য অৰণ্যৰ মাজত হঠাৎ অভাৱনীয়ভাৱে সাক্ষাৎ পায় সভ্য সমাজৰ ছাঁটো নপৰা কিছু আদিম আদিবাসীৰ। কৌতূহলৰ বশৱৰ্তী হৈ তেওঁলোকে নাও এৰি পাৰলৈ নামি পৰিল।
সেই আদিম মানুহখিনিৰ আটাইতকৈ বয়সস্থজনে তেওঁলোকৰে এজন নাৱৰীয়াৰ সৈতে দুই চাৰিটা
কথা বিনিময় কৰাত সক্ষম হ’ল। তেওঁলোকক পাই মানুহজাক সুখী হ’ল। গোটেইবোৰে লগ হৈ ভোজ-ভাত খালে। নিশাটো তাতে কটালে।
পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিব খোজাতহে লেঠাটো লাগিল। নাৱৰীয়াকেইজনে বিদ্ৰোহ কৰিছে।
তেওঁলোক আৰু আগলৈ নাযায়। তাৰপৰা আগলৈ আৰু উজাই গ’লে হেনো ভয়ংকৰ বিপদত পৰিব লগা হ’ব। তাৰপৰা কোনো কেতিয়াও উজাই যোৱা নাই। মৰসাহেৰে
কোনো গ’লেও সি আৰু ঘূৰি
অহা নাই। কালিকা লগা ঠাই-গোসাঁনী আছে। গ’লেই নিশ্চিত মৰণ। প্ৰায় জেদ কৰিয়েই পাঁচ বন্ধুৱে
নাও মেলি দিলে। প্ৰকৃতিৰ অপৰূপ শোভা চাই চাই আগবাঢ়োঁতেই নিশাৰ আন্ধাৰত কোবাল
বতাহ-বৰষুণ-ধুমুহাই তেওঁলোকক উটুৱাই নি ক’ৰবাত পেলায়গৈ। দিনৰ পোহৰত নিশাৰ ভয়াৱহতাৰ কথা পাহৰি
অলপ সুস্থিৰ হ’ব খোজোঁতেই
বন্ধুবৰ প্ৰফেছৰে আন এক চমক দিয়ে। ধুমুহাৰ তাণ্ডৱে তেওঁক ওভতাই লৈ যায় তেৰশ বছৰ
পুৰণি তেওঁৰ জন্মভূমিলৈ, অতীত জীৱনলৈ। মূল কাহিনী আৰম্ভ হয় তাৰ পৰা।
তেৰশ বছৰ পুৰণি প্ৰফেছৰৰ জন্মভূমিৰ নাম আছিল “কমলনগৰ” আৰু তাৰ মাজেৰে বৈ যোৱা নৈখনৰ নাম আছিল “কাঞ্চনমতী”। প্ৰায় পঁচিছ হাজাৰ মানুহৰ বাসভূমি এই কমলনগৰৰ
আয়তন দীঘলে দহ মাইল আৰু বহলে আঠ মাইলতকৈ বেছি নহয়। কমল-নগৰক পূবৰপৰা পশ্চিমলৈ
এডাল সৰলৰেখাৰ দৰে বৈ যোৱা কাঞ্চনমতীয়ে সমানে দুভাগ কৰিছে। কিন্তু দুয়োটা ভাগ
প্ৰায় সমান হ’লেও, উত্তৰপাৰৰ তুলনাত দক্ষিণপাৰত মানুহৰ দুগুণ বসতি আছিল।
কাঞ্চনমতীৰ ওপৰত ইটাৰে গঢ়া বিৰাট পকীদলংখনৰ নাম আছিল “বগা-দলং”। কমলনগৰৰ লগত ৰাজধানী বা ৰজাৰ সম্পৰ্ক ৰক্ষা কৰিছিল
কেৱল মাত্ৰ এজন ৰাজবিষয়াই। বছৰেকত মাথোঁ এবাৰ ৰাজ-দৰবাৰলৈ গৈ কৰ আৰু কমলনগৰৰ
ভাল-বেয়া, আয়-ব্যয় আদি
সকলো বছৰটোৰ কাৰণে জনাই আহিব লগাত পৰিছিল। গোটেই নগৰৰ শান্তি, সমৃদ্ধি একান্তভাৱে নিৰ্ভৰ কৰিছিল এই প্ৰধান
ৰাজবিষয়াৰ ওপৰত। প্ৰকৃততে তেৱেঁই আছিল কমল নগৰৰ একছত্ৰী অধিপতি।
”ৰঙাটিলা”ৰ বাসিন্দা লক্ষ্মীনাৰায়ণ প্ৰধান আৰু প্ৰথম
ৰাজবিষয়া। অশোক দ্বিতীয় ৰাজবিষয়া। অশোকৰ আবাসস্থলৰ নাম “ৰূপালীপাম”। অশোকৰ পত্নী উমা আৰু দুই কন্যা মণি-আৰতি।
লক্ষ্মীনাৰায়ণৰ একমাত্ৰ কন্যা গৌৰী। মাতৃহীনা গৌৰী উমাৰ বৰ আদৰৰ। আটায়ে লগ হৈ
মাঘবিহু উপলক্ষে খেলমাটিত হোৱা ম’হযুঁজ চাবলৈ যায়। ইপিনে কৈশোৰৰ অভিন্ন লগ চন্দনক লগত
লৈ অশোকেও বকুলপুৰৰ পৰা বাহিৰে বাহিৰে খেলমাটিত ভৰি দিয়েগৈ। তাতেই প্ৰথম গৌৰীৰ
সৈতে মুখামুখি হয় চন্দনৰ। সেই প্ৰথম দৰ্শনৰ পৰাই চন্দন আৰু গৌৰীৰ মাজত অহি-নকুল
সম্পৰ্ক। কিন্তু দিন বাগৰাৰ লগে লগে চন্দন-গৌৰীৰ হৃদয়ত মৰমৰ বা বলে। ভালপোৱাৰ
সুবাসে দুয়োকো আবৰি আনে। তেনেতে তাত বিধি-পঠালি দিয়ে শুকুলাই। শুকুলা চন্দনৰ
মৰমৰ ঘোঁৰাজনীৰ নাম। ইফালে আত্মগৌৰৱতেই হওক বা অহংকাৰতেই হওক গৌৰীয়ে কাকো সুধিব
নোৱাৰে শুকুলাৰ কথা। অভিমানত গৌৰীৰ মনত ঈৰ্ষাৰ সৃষ্টি হয়। আনহাতে আকৌ চন্দনৰ
প্ৰেমৰ জুইকুৰাত ইন্ধন যোগায় চম্পাই। চন্দনৰ আজন্ম লগৰী চম্পা। কমলনগৰৰ আটাইতকৈ
ৰূপৱতী-গুণৱতী ছোৱালীজনী হ’ল চম্পা। চন্দনৰ আশৈশৱ লগৰী চম্পা। চন্দনৰ প্ৰতি
চম্পাৰ বুকুত বৈ থাকে নেদেখা কাঞ্চনমতী এখন। কোনেও তাৰ ভূ-কে নাপায়। দিনবোৰ
সুকলমে সুখ-শান্তিৰে গৈ থাকে। উমাই চন্দন-গৌৰীৰ কাজিয়াখনৰ নিষ্পত্তি ঘটাওঁ বুলি
লওঁতেই কমলনগৰক দুৰ্য্যোগে বেঢ়ি ধৰে। ৰাজধানীৰপৰা বাতৰি আহে দেশখন মহা-পৰাক্ৰমী
শত্ৰুৰ কবলত পৰাৰ। ৰাজধানীৰ উত্তৰ, পশ্চিম, পূব সকলোফালে শত্ৰুৱে প্ৰতিখন নগৰকে আক্ৰমণ কৰিছে।
তাতোকৈ মৰ্মান্তিক খৰবটো হ’ল এটা শক্তিশালী দল আগবাঢ়িছে কমলনগৰৰ ফালে।
ৰাজধানীৰপৰা ন্যূনতমো সাহায্য পোৱাৰ আশা নাই। ল’ৰা-বুঢ়া-ডেকা-গাভৰু সকলোৱে মিলি শক্তিয়ে আঁটেমানে
শত্ৰুৰ স’তে যুঁজ দিয়ে।
যুঁজত লক্ষ্মীনাৰায়ণৰ মৃত্যু হয়। যুঁজৰ নিষ্ঠুৰতাই ন বছৰীয়া শ্যামকো ৰেহাই
নিদিলে। ল’ৰা-বুঢ়া-ডেকা-ডেকেৰী
কোনো বাদ নগ’ল। হাজাৰ হাজাৰ
মানুহ মৰি ভূত হ’ল। তথাপি ৰণত
শত্ৰুৰ পৰাজয় হ’ল। কিন্তু এই ৰণে
কমলনগৰৰ প্ৰাণ কাঢ়ি নিলে। চন্দন চিৰজীৱনলৈ ঘুণীয়া হ’ল। কমলনগৰ মৰিশালিত পৰিণত হ’ল। শত্ৰুৰ বাণে বুকু বিন্ধি যোৱা চম্পাই মৃত্যুৰ ওচৰত
হাৰ মানিলে। কিন্তু মৃত্যুৰ আগে আগে চন্দনে উপলব্ধি কৰে চম্পাৰ আপুৰুগীয়া প্ৰেম।
জীয়াই থাকোঁতে এদিনলৈ চম্পাক বুজি নোপোৱা চন্দনে মৃত্যুৰ পাছত বুজি উঠে চম্পাৰ
হাঁহিৰ আৱৰণৰ অৰ্থ। কালৰ কুটিল গতিয়ে নিঃশেষ কৰি পেলায় কমলনগৰৰ অস্তিত্ব।
চৰিত্ৰসমূহ
লক্ষ্মীনাৰায়ণ, অশোক, চন্দন, পাৰ্বতী, উমা, গৌৰী, চম্পা, ৰমা, ৰাধা, ৰূপহী, জয়া, মতি, তিলক, কেতেকী, মুকুতা, যদু খুৰা, নবীন আতৈ, আৰতি, মণি, যশোদা, আইদেউতা, বকুলীবাই, বৃন্দা, মনোহৰ বুঢ়া, আনন্দ, দেবযানী, ৰাম, শ্যাম।
অসীমত যাৰ হেৰাল সীমা(Asimat Jar Heral Seema)
লিখকঃ- ভূৱন মোহন
বৰুৱা ( কাঞ্চন বৰুৱা)
আজি আমি এই লিখনিটোত অসমৰ এখন কালজয়ী প্ৰেমৰ
উপন্যাস, কাঞ্চন বৰুৱাই ৰচনা কৰা এই কাহিনী “ অসীমত যাৰ
হেৰাল সীমা”ৰ প্ৰথমঅধ্যায়ৰ তিনিটা আটাইতকৈ ভাল লগা
কথা লিখিছোঁ। অৱশ্যে আপোনালোকৰ পচন্দ সুকীয়া হ’বও
পাৰে। কিন্তু যদি আপুনি উপন্যাসখন পঢ়িছে তেন্তে নিশ্চয় এই
কথাকিষাৰো শুনিছে বা পঢ়িছে...। নিশ্চয় ভাল লাগে, হয়্নে?
আৰু যদিহে পঢ়া নাই তেন্তে আপোনালোকৰ সুবিধাৰ বাবে আমি
এটা Video Share কৰিছোঁ। গতিকে Videoটো
আপোনালোকে চাই ভাল পাব বুলি আশা থাকিল। অৱ
শ্যে Videoটো সকলোৱে চাব বুলি আশা কৰিলোঁ।
আপোনালোকে আমাক FaceBook ত Like কৰিবলৈ নাপাহৰিব
গতিকে এতিয়া আপোনালোকে তলৰ কথাখিনি পঢ়ি চাওক
১/ “এখন
কঁপি থকা ৰামধেনু... । হয়তো কোঠাটোৰ কোনোবা দাঁতিত থকা বিশেষ আকৃতিৰ পানী গিলাচৰ
ওপৰত , দুৱাৰেদি চুৰকৈ সোমোৱা ৰ’দচেৰেঙা পৰিছেহি। তাৰ প্ৰতিবিম্বটো ৰামধেনুৰ
সাতোটা ৰং গাত লৈ পৰিছেগৈ ওচৰৰ বেৰখনত।
তাতে গঢ়ি তুলিছে এখন কঁপি থকা ৰামধেনু।
অদৃশ্য
পোহৰ বৈ অহা বিজুলীৰ পকোৱা তাঁৰডাল চিলিঙৰ পৰা নামি আহিছে। তাৰ মুৰত ভিতৰত নেদেখা
বাল্বটো, তাক আধা ঢাকি থকা আইনাৰ ছেদখন, তাৰ পৰা পাহি কটা দাঁতিবোৰত ৰঙীন ৰঙৰ বোল।
ভৰদূপৰীয়া কোনোবা বিহুতলীৰ পৰা উটি অহা কোমল বতাহজাকতসিও কপিছে। আৰু কপিছে খিৰিকীৰ
নীলা পৰ্দা দুখনো। মাজে মাজে আনন্দত পাখি মেলি উৰি আহিব খুজে, কিন্তু পৰা নাই ।
আকৌ উভতি গৈছে, আকৌ শদ কৰিয়ে সাবটি ধৰিছে লোহাৰ বাৰবোৰত। অধীৰ উত্তেজনাত কঁপিছে
পৰ্দা দুখন, ৰামধেনুখন, বিজুলী চাকিটো আৰু
এই সকলোৰে লগত একেটা সুৰত, একেটা তালত, একেটা চন্দত মোৰ অন্তৰখন।”
২/ “মায়াৰ এই সুন্দৰ হাঁহিটোৱেই মোৰ জীৱনলৈ আনি দিলে বিৰাট পৰিৱৰ্তন।সিয়ে মোক আকৌ গঢ়ি তুলিলে নতুন মানুহ কৰি। বছৰৰ পাছত বছৰ পাৰ হৈ গ’ল, কোনোদিনে যি সুক্ল্হৰ কল্পনা কৰা নাছিলো, তাৰ মাজত মায়াই মোক সেই প্ৰথম দিনাৰে পৰা ডুবাই ৰাখিছে। আজি মায়া নহ’লে মোৰ একমূহুৰ্তও নচলে।”
৩/ “
বহুত....। তঁহতৰ যোগাৰত না আছে ৰোমাঞ্চ, না আছে কবিতা। শুন নিত্যান্তই যদি মই এই
বিচনা এৰি যাব লগা হয়, তেন্তে মোক লাগিব দিহিঙৰ নীলা চিক মিকীয়া পানীৰ বুকুত সৰু
এখন তুলিঙা নাও, বগলীৰ পাখি যেন বগা এখন পাল, কেইপাছিমান হৰেক ৰকমৰ ফল মূল, বৰ একোছা
নানা বৰণৰ নানা জাতৰ ধুনীয়া ফুল। তাৰ পাছত তোৰ সময়টো হ’ব লাগিব কোমল ৰ’দেৰে ভৰ এটা
শান্ত গহীন শেষ নোহোৱা অনন্ত দুপৰীয়া। লোকালয়্ত এৰি মোৰ সৰু জীৱন তৰীত পাল উৰুৱাই
গৈ থাকিম দূৰলৈ। নীলা আকাশৰ তলত দিহিঙিৰ নীলা পানী মিলি যোৱা শেষ সীমালৈ।.... নদীৰ
এদাঁতিয়ে থাকিব শাৰী শাৰী বনৰীয়া লতা ফুলৰ জোপা। ইদাতিয়ে থাকিব বহল বালিৰ চাপৰি।
তাৰ মাজত বতাহে কোবোৱা বিৰিণাৰ সুহুৰিৰ লগে লগে কোনোবা গঁকুলৰ নেদেখা গৰখীয়া ল’ৰাৰ
উটি অহা বাঁহীৰ সুৰ।।... এই সকলো
বেকগ্ৰাউণ্ডত লৈ মোৰ সমুখত, আচলৰ আগটো বতাহত উৰুৱাই দি ৰূপোৱালীৰ ৰ’দালি মেলা
চুলিত লৈ, মুখত সানি , গাত বোলাই, ওঁঠত জিলিকাই নগ্ন ভৰি দুখন পানীত উলোমাই দি, অলস ভঙ্গীত মধুৰ তৃপ্তিৰে বহি
থকা উজ্জ্বল এখন মুখ। বাঁহীৰ সুৰত সুৰ মিলাই, বৈ যোৱা পানীত উটুৱাই দি সুন্দৰকৈ
গীত গাব....... ধুনীয়াকৈ হাঁহিব।”
ওপৰৰ এই কথাখিনিয়ে আছিল “অসীমত যাৰ হেৰাল সীমা”,
অসমীয়া কালজয়ী প্ৰেমৰ উপন্যাসখনৰ প্ৰথম অধ্যায়ৰ আটাইতকৈ ভাল লগা কিছু কথা। অৱশ্যে
আপোনালোকৰ নিজৰ নিজৰ পছন্দ হয়টো বেলেগ হ’ব পাৰে। কিন্তু ওপৰৰ কথাখিনি আপোনালোকেও
ভাল পায় ছাগৈ, যদিহে ভুৱন মোহন বৰুৱা অৰ্থাৎ কাঞ্চন বৰুৱাৰ এই “ অসীমত যাৰ হেৰাল
সীমা ” উপন্যাসখন পঢ়িছে । আৰু যদি পঢ়া নাই তেন্তে আপোনালোকে নিশ্চয় ওপৰত Videoৰ Link
পাইছেই। গতিকে আপোনালোকৰ
সুবিধাৰ বাবে ওপৰৰ Videoটো
চাবলৈ অনুৰোধ কৰিলোঁ। এই উপন্যাসখনৰ দ্বিতীয়টো লিখনিও আপোনালোকলৈ লৈ আনিম অতি
শুনকালেই।
এতিয়া বিচাৰিছো আপোনালোকৰ
পৰা বিদায়।

No comments: