তুমি || বিশ্বজীত কুৰ্মী | An Assamese Poem

 তুমি


www.axomiyakobita.in

তুমি নাজানা তুমি কোন?
তুমি সোন,আকাশৰ জোন।

তুমি নাজানা তুমি কোন?
তুমি সোন অ' সোন,অন্ধকাৰ আকাশৰ জোন।

তুমি নাজানা,তোমাৰ মূল।
তুমি নুবুজা।
তুমি নুবুজা, জোনৰ মূল।
তুমি নাজানা।

তুমি নাজানা তুমি কোন?
তুমি সোন, আকাশৰ জোন।
তুমি নাজানা ন তুমি কোন?
তুমি সোন কোন?
........



তুমি || বিশ্বজীত কুৰ্মী | An Assamese Poem তুমি || বিশ্বজীত কুৰ্মী | An Assamese Poem Reviewed by কবিতা মেজ on August 31, 2020 Rating: 5

1 comment:

Powered by Blogger.