পুৱতি

ৰাতি পুৱাবৰে হ'ল
আজিও টোপনি নহ'ল।

শেষ নিশাই কথা পাতিলে,
জোন-তৰাই হাঁহিলে,
আৰু মই কবিতা লিখিলো।


বেলি ওলাব
ফুল ফুলিব
নিশাৰ শেৱালি সৰিব
নিয়ৰে মুকুতা সিঁচিব।

আশাবোৰ আকৌ শিপাব
"আকৌ নতুন প্ৰভাত হ'ব"।


Sampurna Sharma
পুৱতি পুৱতি Reviewed by কবিতা মেজ on December 07, 2018 Rating: 5

No comments:

Powered by Blogger.