জীৱন মানেইতো এটি ডেউকা ভঙা সপোন
আশাবোৰ জপ-জপাই থাকে য'ত
প্ৰতিটো পল-অনুপল !!
আশাবোৰ জপ-জপাই থাকে য'ত
প্ৰতিটো পল-অনুপল !!
প্ৰতিনিয়ত,- - - -
ঝন-ঝনাই উঠে
সপোন ভঙা খোলাকতি বোৰ (!)
খোজ দিবৈ নোৱাৰি চোন
অমানিশা আন্ধাৰৰ- জেঙু কাঁইটিয়া বাট
নৈত নাই, উল্লাসেৰে গা ধোৱা ঘাট
ঝন-ঝনাই উঠে
সপোন ভঙা খোলাকতি বোৰ (!)
খোজ দিবৈ নোৱাৰি চোন
অমানিশা আন্ধাৰৰ- জেঙু কাঁইটিয়া বাট
নৈত নাই, উল্লাসেৰে গা ধোৱা ঘাট
আহিবনে মৰমৰ বৰষুণ এজাক
হেঁপাহ পলোৱাই তিতিব পৰাকৈ
ঈৰ্ষাৰ ৰ'দৰ তাপে দেখোন বৰকৈ দহিছে
ভঙা সপোনৰ ডেউকা খন !!!!
হেঁপাহ পলোৱাই তিতিব পৰাকৈ
ঈৰ্ষাৰ ৰ'দৰ তাপে দেখোন বৰকৈ দহিছে
ভঙা সপোনৰ ডেউকা খন !!!!
ডেউকা ভঙা সপোন
Reviewed by কবিতা মেজ
on
December 06, 2018
Rating:

প্ৰম সচায় কি অদ্ভুত..?পলকতে মুখত হাঁহি বিৰিঙাই সেই প্ৰমত উতিভাহি ফুৰা হয়।কিন্তু সৰু এটা কথাতে সেই হাঁহি বিৰিঙা প্ৰম পলকতে নাইকিয়া হৈ যায়।
ReplyDeleteআচলতে এয়াই প্ৰেম। যিটো সকলোৰে বাবে এক মূহুৰ্ত ...
Delete