হেঁপাহৰ দুনিয়াত সপোনৰ
বাসস্থান! সপোনেই ৰাখিছে
সজাই সুখৰ আস্থান! নিদিবা
হেৰাব সপোন‚ হেৰালে সপোন
হেৰুৱা সুখ! ৰাখিবা সপোন
দৃষ্টিৰ আগত‚ আগুৱাই যাবা
কৰ্মৰ মাজত! নানা ৰঙে সূচায়
সপোন‚ কৰিবা সপোন বুকুৰ
আপোন! সময়ৰ গতি আছে
কৰ্মৰ মাজত ব্যৱধান আছে!
সততাক জয় কৰি আগুৱাই
যাবা কৰ্মৰ মাজত- গতিশীল
সময় থমক খাই‚ পৰিব সপোন
কৰ্মৰ জালত!!
❤---জীৱন জিন্দাবাদ---❤
সপোন আছে বুলিয়েই হেঁপাহ আছে
Reviewed by কবিতা মেজ
on
March 27, 2019
Rating:

No comments: