দোকমোক সন্ধিয়াত
মনে বিচাৰি ফুৰে তোমাকেই
জানোচা দেখাপাওঁ
আছা নেকি কৰবাত ।
সন্ধিয়া হোৱাৰ লগে লগেই
মন মোৰ হৈ পৰে বেদনা গধুৰ
অশ্ৰু সিক্ত নয়নেৰে
বিচাৰো তোমাৰেই সান্নিধ্য ।
লুকা ভাকু জীৱনত
মই হৈ পৰো অশ্ৰুসিক্ত;
বেদনাৰে ভৰি পৰে মোৰ হৃদয়
জীয়াই অছো যদিও যেন মৃত
কিহৰ বাবে আছো জীয়াই
জীৱন্ত নে মৃত !!!!!!!
মনে বিচাৰি ফুৰে তোমাকেই
জানোচা দেখাপাওঁ
আছা নেকি কৰবাত ।
সন্ধিয়া হোৱাৰ লগে লগেই
মন মোৰ হৈ পৰে বেদনা গধুৰ
অশ্ৰু সিক্ত নয়নেৰে
বিচাৰো তোমাৰেই সান্নিধ্য ।
লুকা ভাকু জীৱনত
মই হৈ পৰো অশ্ৰুসিক্ত;
বেদনাৰে ভৰি পৰে মোৰ হৃদয়
জীয়াই অছো যদিও যেন মৃত
কিহৰ বাবে আছো জীয়াই
জীৱন্ত নে মৃত !!!!!!!
বেদনা
Reviewed by কবিতা মেজ
on
March 08, 2019
Rating:
No comments: