দ্বীপজ্যোতি ডেকা
বিষাক্ত সুৰাৰ দৰে বিয়পি পৰা তৃষাৰ মাজত
তুমিয়েই জ্বলালা পোহৰৰ চাকি !
নিৰ্ভীক তুমি বীৰ সেনানি ।
নিৰ্ভীক তুমি বীৰ সেনানি ।
"আই চোৱা তোমাৰ পুত্ৰসকলক এবাৰ!
তেওঁলোকৰ মাজত কেৱল আছে সাহস;
অফুৰন্ত সাহসালি।"
তেওঁলোকৰ মাজত কেৱল আছে সাহস;
অফুৰন্ত সাহসালি।"
শিলৰ দোৱাৰ ভাঙি কৰিলে উদ্ধাৰ;
মৃত্যুমূখৰ কত জীৱন্ত কাহিনী!
কলমৰ জোৰত নাচে নাগ-নাগিনী!
মৃত্যুমূখৰ কত জীৱন্ত কাহিনী!
কলমৰ জোৰত নাচে নাগ-নাগিনী!
আৰু কেতিয়াবা নিসঙ্গজনৰ
বাবে হৈ পৰে আপোনৰো আপোন যাৰ,
যাৰ ফলত নিসঙ্গতাই হৈ পৰে সঙ্গী !
বাবে হৈ পৰে আপোনৰো আপোন যাৰ,
যাৰ ফলত নিসঙ্গতাই হৈ পৰে সঙ্গী !
শৈশবৰ সাধু তুমি,
কৈশোৰৰ প্ৰেম;
অপৰিচিত কবিৰ কলম যাৰ
নামেই হ’ল কবিতাৰ কলি !
অপৰিচিত কবিৰ কলম যাৰ
নামেই হ’ল কবিতাৰ কলি !
স্বাগতম হে পোহৰ সেনানি
Reviewed by কবিতা মেজ
on
April 30, 2019
Rating:

No comments: