মোক তুমি নেমাতিবা









তুমি মোক নেমাতিবাই,,,
মাতিম ,,,, তথাপিও
তুমি মোক নেমাতিবা,,

তুমি মোক নেমাতিব পাৰা
তথাপিও 
মই তোমাৰ ঘৰলৈ যাম
মাৰাই কৰি দিয়া
বিহুৰ পিঠা খাম,,,,

সেই যে পিন্ধিছিলা,,,,
বিহুৰ ভোঁ‌জত
চি্ল-চি্লিয়া ফ্ৰক চোলাটো,,


মই যোৱাৰ দিনা 
তুমি সেই সাজঁ‌তে থাকিবা
তোমালোকৰ সজোৱা কোঠাত 
নীৰৱে বহোতে ,,,
দুৱাৰৰ ফাঁ‌কেৰেই চাবা 
তথাপিও,,,
তুমি মোক নেমাতিবা
মাতিম,,,
নেমাতিবা,,,,
মোক তুমি নেমাতিবা মোক তুমি নেমাতিবা Reviewed by কবিতা মেজ on June 01, 2019 Rating: 5

No comments:

Powered by Blogger.