এইবাৰ
ৰংহীন
ৰঙালী বিহু
সুৰেশ শৰ্মা
ঢোল পেঁপা গগনা বাঁহী নবজাকৈযে , এইবাৰ আমাৰ মৰমৰ বিহু আহিল । ঘৰৰ ভিতৰতে বহী -বহী হাঁহি মাৰি , মন উৰণীয়া আৰু উল্লাসেৰে নাছিল । মূখত মাস্ক বান্ধি,এক মিটাৰ দূৰত থাকি, কেতিয়াও নাচনীয়ে বিহু নছা নাছিল । হাত সেনেটাইজ আৰু দূৰত্ব বজাই , ঢোলীয়াই ঢোল পেঁপা বজোৱা নাছিল । বিহুৰ বতৰৰ আশা আকাংক্ষা হল ধুলি , কোৰোনা ভাযৰসে আমাৰ দেশতো দিলে ভৰি । এই মহামাৰীৰ আতংকত আনন্দ উল্লাস , আমাৰ হূদয়ৰ ভিতৰতে কৰি থলে বাতিল ।

এইবাৰ ৰংহীন ৰঙালী বিহু
Reviewed by কবিতা মেজ
on
April 17, 2020
Rating:

No comments: