জোন
ৰাম প্ৰসাদ ৰাভা
জোন
আগলি
মনৰ বতৰা
তুমি জোন----------
দূৰ দূৰণিৰ ,
মই সোণ------------
দূৰ পৃথিৱীৰ ।
তুমি জোন----------
দূৰ দূৰণিৰ ,
মই সোণ------------
দূৰ পৃথিৱীৰ ।
নিতৌ ওলাবা
সন্ধিয়াৰ লগে লগে ,
নিতৌ হাঁহিবা
মেঘালীৰ আঁৰে আঁৰে
তুমি জোন-------------
দূৰ দূৰণিৰ ,
মই সোণ---------------
দূৰ পৃথিৱীৰ ।
সন্ধিয়াৰ লগে লগে ,
নিতৌ হাঁহিবা
মেঘালীৰ আঁৰে আঁৰে
তুমি জোন-------------
দূৰ দূৰণিৰ ,
মই সোণ---------------
দূৰ পৃথিৱীৰ ।
মাতিবা তুমি
হাত বাউল দি
মই যাম
তোমাৰ কাষলে ,
তুমি আহিবা মোৰ
বুকুৰ মাজলে ।
তুমি জোন--------
দূৰ দূৰণিৰ ,
মই সোণ----------
দূৰ পৃথিৱীৰ ।।
হাত বাউল দি
মই যাম
তোমাৰ কাষলে ,
তুমি আহিবা মোৰ
বুকুৰ মাজলে ।
তুমি জোন--------
দূৰ দূৰণিৰ ,
মই সোণ----------
দূৰ পৃথিৱীৰ ।।
জোন | Poems about the moon By Ram Prashad Rabha
Reviewed by কবিতা মেজ
on
April 17, 2020
Rating:

No comments: