প্ৰাকৃতিক নে অপ্ৰাকৃতিক | ✍️তৃষ্ণাতুৰ

প্ৰাকৃতিক নে অপ্ৰাকৃতিক

তৃষ্ণাতুৰ


প্ৰাকৃতিক, সহজাত আৰু স্বাভাৱিক;
অথচ আমি অশ্লীল বুলি নাক কোঁচাও কিয়?
পাপ বুলি ভয় খাওঁ কিয়?
কিয় আমি সহজ হব নোৱাৰোঁ 
প্ৰকৃতিৰ আটাইতকৈ প্ৰয়োজনীয় বিষয়টোৰ সতে?
ই ইমান ঘৃণনীয় নে,
ইমান লেতেৰা বিষয় নে,
যাৰ অবিহনে সমস্ত সৃষ্টি অৰ্থহীন।
যদি আমি সেয়ে হৈছোঁ যি আমি শিকিছোঁ,
তেনেহলে আমি ভুলকৈ শিকিছোঁ নেকি?

প্ৰাকৃতিক নে অপ্ৰাকৃতিক | ✍️তৃষ্ণাতুৰ প্ৰাকৃতিক নে অপ্ৰাকৃতিক | ✍️তৃষ্ণাতুৰ Reviewed by কবিতা মেজ on April 18, 2020 Rating: 5

No comments:

Powered by Blogger.