২০ টা অসমীয়া Attitude Status । assamese status । assamese whatsapp status । assamese attitude status। Part 1
আমাৰ
নতুন লিখনিটো পঢ়িবলৈ ইয়াত CLICK কৰক
২০ টা অসমীয়া Attitude Status । Assamese status । Assamese WhatsApp status । Assamese attitude status | fb status
ষ্টেটাছ...
(Status)
এনেকুৱা এটা শব্দ য’ত আমাৰ অনুভৱ, সপোন
সকলোবোৰ লগ হৈ সৃষ্টি হয় এখন মঞ্চৰ। আমি
প্ৰত্যেকে জীৱনত প্ৰায় প্ৰতিটো মূহুৰ্ততে বিচাৰো এক
জীপাল পৰিস্থিতিৰ। আৰু সেই পৰিস্থিতৰ কুলাতেই
জন্ম পায় এই Status বোলা শব্দটোৱে। কাৰণ আমাৰ
ভাল লাগে। যাৰ বাবে আমাৰ আগুৱাই যোৱাত সহায়
হয়। দুখবোৰ প্ৰকাশ কৰাত সুবিধা হয়। মনোৰঞ্জনৰ
বাবে আমি প্ৰত্যেকেই জীৱনত এবাৰ হ’লেও Status ৰ
কাষ চাপো। প্ৰত্যেকজন মানুহৰ জীৱনত Status
শব্দটো জড়িত হৈ আছে। আপুনি, মই, আমিবোৰ...
সকলোৱে ইয়াৰ সোৱাদ লৈছো। গতিকে আজি তাৰেই
অলপ সোৱাদ পুনৰ আপোনালোকক দিয়াৰ উদ্দেশ্যে
আমি আপোনালোকলৈ আগবঢ়াইছো ২০ টা Assamese
Attitude Status | আপোনালোকে এই Statusবোৰ
WhatsApp , SMS , Facebook, Instagram ইত্যাদিত
Share কৰিব পাৰিব, লগতে Assamese Status ৰ Photo
বোৰো Download কৰিব পাৰিব।
আমাৰ নতুন লিখনিটো পঢ়িবলৈ ইয়াত CLICK কৰক
আপোনালোকে আমাক FaceBook ত Like কৰিবলৈ নাপাহৰিব
আমাৰ নতুন লিখনিটো পঢ়িবলৈ ইয়াত CLICK কৰক
‘
জীৱনৰ আচল মজা তেতিয়াই লাগে
যেতিয়া
শত্ৰুৱে তোমাৰ লগত হাত মিলাবলৈ
উত্ৰাৱল হৈ থাকে ’
![]() |
Assamese Attitude Status |
‘
অকল কাপোৰেই নহয়,
চিন্তা ভাৱনাবোৰো ব্ৰেণ্ডেড হোৱাটো প্ৰয়োজন ’
‘
নিজৰ সত্যতাক প্ৰমাণ কৰিবলৈ
বেলেগৰ ওচৰত কেতিয়াও
ক্ষমাৰ ভিক্ষা নুখুজো মই ’
‘
সিংহই চিকাৰৰ সপোন নেদেখে
সিংহই মাত্ৰ চিকাৰহে কৰে,
গতিকে সপোন নহয়, বাস্তৱত কামখিনি কৰি দেখুৱা ’
আমাৰ নতুন লিখনিটো পঢ়িবলৈ CLICK কৰক
‘ যেতিয়া চাৰা দুনিয়াই চুপ হৈ যায়
তেতিয়া এটা শব্দই হৈ পৰে বহুত শক্তিশালী ’
‘ বেলেগৰ ভৰিত পৰি
সফলতা লাভ কৰাতকৈ
নিজৰ ভৰিত থিয় হৈ
নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰা দৰকাৰ ’
‘ ভুল সেইটোকহে কয়...
যিয়ে পৰিস্থিতিৰ পৰা একো শিক্ষা নলয় ’
‘ যিদিনাই মোৰ ধৈৰ্য্যৰ বান্ধ ছিঙি যাব
সেইদিনাই
গলিৰ কুকুৰ দুটামানৰ
ভুকনি বন্ধ হৈ যাব ’
‘ মই ফুটনি নামাৰো
কিন্তু
মনৰ অপচন্দ মানুহৰ লগত
সম্পৰ্কও নাৰাখো ’
আমাৰ নতুন লিখনিটো পঢ়িবলৈ CLICK কৰক
‘ সিংহৰ ভৰিত
কাঁইটে বিন্ধিল বুলিয়ে
ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়া কুকুৰবিলাকেও
ৰাজত্ব কৰিব ’
‘ ভাল কামৰ একোৱেই আলোচনা নহয়,
কিন্তু যদি
বেয়া কামৰ চৰ্চা হয়...
তেন্তে বোবাইও কথা ক’বলৈ আৰম্ভ কৰি দিয়ে ’
‘ আৰে ভাই মোৰ বদনাম গোৱাতকৈ
দম আছে যদি
মোৰ ওচৰলৈ আহি মোক গালি পাৰি যা ’
‘ বস্তুবোৰ মোৰ ব্ৰেণ্ডেড নহয়,
কিন্তু, চিন্তাবোৰ হ’লে ব্ৰেণ্ডেড ’
‘ তাই শুধিছিল
মই ক’ত থাকো?
মই ক’লো
“ তোৰ অ’কাতৰ বাহিৰত” ’
‘ মই এতিয়া Available নহয়
মই এতিয়া Valuable হয় ’
‘ মই কথা নহয়
কাহিনীটোৱে শেষ কৰি পেলাওঁ ’
‘ মানুহ অকল জুইতে নজ্বলে
কিছুমান মানুহে মোক হিংসা কৰিয়ে জ্বলি মৰে ’
আমাৰ নতুন লিখনিটো পঢ়িবলৈ CLICK কৰক
‘ মোৰ কথা যিমান বেয়াকৈ কয়...
কৈ থাকক,
কাৰণ
ৰ’দ যিমানেই কঠিন নহওক কিয়
সাগৰৰ পানী কেতিয়াও ৰ’দৰ তাপত নুশুকায়’
‘ মোৰ নকলটো তহঁতি থিকেই কৰিবি...
কিন্তু মোৰ বৰাবৰি !!! কেনেকৈ কৰিবি? ’
‘ আৰে ভাই..
মই বেয়া... বেয়া হৈয়ে থাকিবলৈ দে...
যদি কেনেবাকৈ ভাল হওঁ...
তেন্তে ভালৰো ভালগিটাৰ চকুৰ টুপনি নাইকিয়া কৰি দিম ’
..........................
আমাৰ নতুন লিখনিটো পঢ়িবলৈ CLICK কৰক
আপোনালোকে নিশ্চয় ওপৰৰ Attitude Statusবোৰ
পঢ়ি ভাল পালে। কাৰণ আমি আশা কৰিব পাৰোঁ,
সেইবাবে মনতে ধাৰণা কৰিছোঁ যে নিশ্চয় ভাল পাব
পাৰে। এইটো এটা তেনেই সাধাৰণ কথা। কিন্তু যদি
আপোনালোকে এই Attitude Status বোৰ
whatsapp, fb ত Share কৰে, তেন্তে আমি নথৈ
আনন্দিত হ’ম। তাৰ বাবে আমি আশাৰে বাট চাম।
কাৰণ আপোনালোকে আমাক সহায় নকৰিলে
আৰুনো আছে কোন আমাৰ? হয়নে? গতিকে
সাহায়ৰ যেন ক্ৰুতি নকৰে।
আমাৰ অন্য Social Mediaৰ Link আপোনালোকে
তলতেই পাইছে, গতিকে কি কৰিব লাগে... পুনৰ
নকও আৰু... কৰি দিয়ক দেই...
ধন্যবাদ
।
আমাৰ নতুন লিখনিটো পঢ়িবলৈ ইয়াত CLICK কৰক

ভাল লাগিল পঢ়ি
ReplyDeleteBhut val lagil pohi
DeleteMoja likhoni🥰
ReplyDeleteMoro kosuman likhoni ase Jodi bisora lobo para...
ReplyDeleteBohut vall lagil deii
ReplyDeleteVal lagil likhonibor
ReplyDelete🔥🔥
ReplyDelete